ফৰকাটিং মহাবিদ্যালয়খনি ১৯৮১ চনত প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা, মহাবিদ্যালয়ৰ অসমীয়া বিভাগটো অবিচ্ছেদ্য অংগ হিচাপে জড়িত হৈ আছে৷ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাকালীন মুৰব্বী অধ্যাপিকা আছিল শ্ৰীমতী ভানু নাথ৷ ১৯৯২ চনৰ পৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত মেজৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়৷
মহাবিদ্যালয়ত অসমীয়া বিভাগত মেজৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দিনৰে পৰা বৰ্তমানলৈ অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে মেজৰ পাঠ্যক্ৰমসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয় পৰ্যায়তো কৃতিত্ব অৰ্জন কৰিছে আৰু চাকৰি ব্যৱসায় তথা অন্যান্য বিভিন্ন ক্ষেত্ৰত জীৱিকা অৰ্জন কৰিছে৷
অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে কৰ্মশালা, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ লগতে ‘মাতৃভাষা দিৱস’, ‘সৃজন আৰু মনন’ আদি অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰিবলৈ যত্ন কৰা হয়৷ তদুপৰি প্ৰতিবছৰে বিভাগৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লিখনিৰে সমৃদ্ধ বাৰ্ষিক হাতেলিখা আলোচনী ‘বৰ্ণিল’ আৰু প্ৰাচীৰ পত্ৰিকা ‘অংকুৰক’ বছৰত দুবাৰকৈ প্ৰকাশ কৰা হয়৷ অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবেও নিয়া হয়৷
মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৰ্তমানলৈকে এখন ৰাজ্যিক পৰ্যায়ৰ আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ(UGC SPONSORED) আলোচনাচক্ৰখনিৰ নিৰ্বাচিত গৱেষণাপত্ৰ সমৃদ্ধ দুখন গ্ৰন্থ বিভাগৰ তৰফৰ পৰা প্ৰকাশিত হৈছে৷
STUDENTS INTAKE(MAJOR): 60
SYLLABUS POST GRADUATE PROGRAM ON ASSAMESE – 2023 👈 DOWNLOAD HERE
Mr. TARUN SAIKIA
ASSOCIATE PROFESSOR (HOD)
MA, PHD(ONGOING)
Designation : ASSOCIATE PROFESSOR
Department : ASSAMESE
Contact No. : 9957065990
E-Mail : TARUNSAIKIA29@GMAIL.COM
Dr. AJANTA RAJKHOWA
ASSOCIATE PROFESSOR
MA, PhD
Designation : ASSOCIATE PROFESSOR
Department : ASSAMESE
Contact No. : 9854009666
E-Mail : rajkhowaajanta99@gmail.com
Mr. RAVI SAHU
ASSISTANT PROFESSOR
MA
Designation : ASSISTANT PROFESSOR
Department : ASSAMESE
Contact No. : 9085257471
E-Mail : ravisahu61898@gmail.com
Ms. DARSHANA DEVI
ASSISTANT PROFESSOR (CONTRACTUAL)
MA
Designation : ASSISTANT PROFESSOR (CONTRACTUAL)
Department : ASSAMESE
Contact No. : 91011180726
E-Mail : DARSHANADEVI222@GMAIL.COM
Mr. Sanjib Sarmah
Assistant Professor (Contractual)
MA,
Designation : Assistant Professor (Contractual)
Department : ASSAMESE
Contact No. : 9101129001
E-Mail : sanjib91011@gmail.com